Subscribe
URL of the page has been copied to clipboard.
Meaning : যি ঠাইত কোনো বস্তুৰ অধিক পৰিমাণে উৎপাদন কৰা হয়:এই কাৰখানাটোৰ শ্রমিকসকলে ধর্মঘট কৰি আছে
Example :
Synonyms : ফেক্টৰী, মিল
Meaning : যি ঠাইত যন্ত্রপাতি লগোৱা থাকে আৰু তাৰ সহায়ত কোনো সামগ্রী তৈয়াৰ কৰা হয়
Example : মোহনে এটা কাৰখানাত কাম কৰে
Synonyms : কলঘৰ, যন্ত্রশালা
Install App