Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়
Example : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়
Synonyms : অর্থ, কাৰণ, নিমিত্ত, মূল, হেতু
Meaning : ব্যাকৰণত সংজ্ঞা বা স্্র্ব্্নামৰ যি অৱস্থাৰ দ্বাৰা কোনো বাক্যত তাৰ ক্রিয়াৰ লগত সম্বন্ধ নির্ণয় কৰে
Example : হিন্দীত আঠ প্রকাৰৰ কাৰক আছে
Meaning : যিটো কৰিবলগীয়া
Example : ভগৱানেই সকলো কামৰ কর্তা, আমি মাথোঁ নিমিত্ত
Synonyms : কর্তা, কৰোঁতা, সংঘটক
Meaning : কোনো কাম কৰোতা
Example : আপোনাৰ হিতৰ কাৰক গ্রহ মংগল
Install App