Subscribe
URL of the page has been copied to clipboard.
Meaning : কাৰোবাৰ ওপৰত আৰোপ কৰা দোষ
Example : নভবা নিচিন্তাকৈ কাৰো চৰিত্রত কলংক সনা উচিত নহয়
Synonyms : অপযশ, কলংক, দাগ, লাঞ্ছনা
Meaning : ধোঁৱা জমা হৈ হৈ হোৱা কʼলা অংশ
Example : বেৰত লগা এলান্ধুবোৰ চাফা কৰা
Synonyms : আলান্ধু, এলান্ধু, কʼলা-ছাই
Meaning : কʼলা হোৱা অৱস্থা
Example : আজিকালি চেহেৰাৰ কʼলা পৰা আঁতৰ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ প্রসাধন ওলাইছে
Synonyms : কʼলা পৰা
Install App