Subscribe
URL of the page has been copied to clipboard.
Meaning : অন্য যুগ আৰু কালৰ
Example : আমি যুগান্তৰ ধৰি চলি অহা অন্ধবিশ্বাসবোৰক আঁতৰোৱা উচিত
Synonyms : যুগান্তৰ
Meaning : বহু যুগৰ পিচত প্রকৃতিৰ বুকুত সংসাৰ লয় হোৱা কার্য যʼৰ ্ পৰা পুনৰ সৃষ্টি আৰম্ভ হয়
Example : সকলো ধর্মতে এইটো বিশ্বাস কৰা হয় যে প্রলয়ে এই সংসাৰৰ অন্ত পেলায়
Synonyms : কল্পান্ত, কালাগ্নি, কালানল, কেয়ামত, তাণ্ডৱ, প্রলয়, প্রলয়াগ্নি, বিপ্্র্যয়, মহাপ্রলয়, সংৱর্ত্ত
Install App