Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word কাল from অসমীয়া dictionary with examples, synonyms and antonyms.

কাল   বিশেষ্য

Meaning : অতীত, বর্ত্্মান আৰু ভৱিষ্যতৰ ধাৰণাৰ বাবে মিনিট, ঘণ্টা, বছৰ আদিত জোখা দূৰত্ব বা গতি

Example : সময় কাৰোবাবে ৰৈ নাথাকে

Synonyms : ক্ষণ, বেলা, সময়

Meaning : (ব্যাকৰণত) কার্য ্সম্পাদন কৰা বা হোৱাৰ সময়

Example : কাল প্রধানকৈ তিনি প্রকাৰৰ

Meaning : অন্তিম নিশ্বাস লোৱা বা মৰাৰ সময়

Example : তেওঁৰ মৃত্যু অতি ওচৰত

Synonyms : মৃত্যু, মৰণ কাল

Meaning : সংস্কৃতিৰ ইতিহাসত সময় আৰু অৱস্থা আদিৰ দৃষ্টিৰে নিজৰ এক সুকীয়া বা মহত্বপূর্ণ ্ স্থান ৰাখি থৈ যোৱা নামাংকিত সময়

Example : মই আপোনাক বৈদিক যুগৰ এটা কাহিনী কʼম ???

Synonyms : দিন, যুগ

Meaning : ইতিহাসৰ এনে এটা বৃহৎ সময়, যʼত প্রধানকৈ একে ধৰণৰ কাম, ঘটনা আদি হয়

Example : বৈষ্ণৱ যুগক অসমীয়া সাহিত্যৰ স্বর্ণ-যুগ বোলা হয়

Synonyms : যুগ, সময়