Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো নলীজাতীয় মোটা তৰপ যাৰ মাজত গুলী, খাৰ-বাৰুদ আদি ভৰোৱা থাকে
Example : চিপাহীয়ে গুলীচালনা কৰাৰ আগতে ৰাইফলত কার্টিজ ভৰাইছে
Synonyms : কার্টিচ, কার্টুজ
Meaning : বন্দুক চলাবৰ কাৰণে তাত ভৰাই লোৱা কাঁচ, বাৰুদ আদিৰে প্রস্তুত কৰা সৰু গোটা অংশ বিশেষ
Example : তেওঁ ্ চৰাই মাৰিবৰ কাৰণে বন্দুকত গুলি ভৰালে
Synonyms : গুলি, বুলেট
Install App