Subscribe
URL of the page has been copied to clipboard.
Meaning : কামনা-বাসনাত অতি বেছিকৈ লিপ্ত হৈ থকা ব্যক্তি
Example : কামুকে জীৱনৰ সুখ শান্তি কাম-বাসনাৰ মাজত হে দেখা পাই
Synonyms : কামী, বিষয়ী, ভোগী, লম্পট
Meaning : যাৰ কামবাসনা বহুত
Example : তেওঁ এজন ্কামুক ব্যক্তি
Synonyms : কামপৰবশ, কামবিহ্বল, কামমোহিত, কামাত্মা, কামান্ধ, কামার্ত, কামাসক্ত, কামী, কামীন, বিষয়ী, ভোগী, লম্পট, ্কামাতুৰ, ্কামার্ত্ত, ৰতিপৰায়ণ, ৰতিবিহ্বল, ৰমণাভিলাষী
Meaning : নীচ মনৰ আৰু নীচ চৰিত্রৰ ব্যক্তি:তেওঁ এক নম্বৰ লম্পট
Example :
Synonyms : খেচেৰা, খেচৰ, চৰিত্রহীন, দুশ্চৰিত্র, বদমাচ, ব্যভিচাৰী, লম্পট, লুচ্ছা
Meaning : যি ব্যভিচাৰ কৰে
Example : আদিবাসীসকলে এজন ব্যভিচাৰী ্কর্ম্্চাৰীক ধৰিলৈ বহুত পিটিলে
Synonyms : কামী, খেচেৰা, খেচৰ, ব্যভিচাৰী, লম্পট, লুচ্ছা
Install App