Meaning : কাবুলৰ অধিবাসী
Example :
ভালেমান কাবুলীয়ে মোৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে
Meaning : কাবুলত জন্ম হোৱা
Example :
কাবুলী বুট, মেৱা আদি ভাৰতলৈ আমদানি হয়
Meaning : কাবুল বা কাবুল সম্বন্ধী
Example :
তেওঁ এক কিলো কাবুলী বুট কিনিলে
Meaning : কাবুলৰ বাসিন্দা
Example :
কেইবাজনো কাবুলী লোকৰ লগত তেওঁৰ চিনা-পৰিচয় আছে