Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word কান্তি from অসমীয়া dictionary with examples, synonyms and antonyms.

কান্তি   বিশেষ্য

Meaning : শোভিত হোৱা অৱস্থা বা ভাব

Example : সূর্যাস্তৰ সময়ত আকাশৰ সৌন্দর্য ্চাবলগীয়া হয়

Synonyms : সৌন্দর্য, ্শোভা, ৰমণীয়তা

Meaning : এক ধৰণৰ প্রকাশ বা পোহৰ

Example : তেওঁৰ চেহেৰাৰ জেউতি স্পষ্টৰূপত জিলিকি আছিল

Synonyms : আভা, জেউতি, জ্যোতি, দীপ্তি, দ্যুতি, প্রভা, বিভা

Meaning : কোনো নাৰীৰ উৎকৃষ্ট শাৰীৰিক সৌন্দর্য

Example : তেওঁৰ ্ কান্তি নিৰুপম

Synonyms : সৌন্দর্য, ৰূপ

Meaning : ৰত্নৰ উজ্জ্বলতা বা দীপ্তি

Example : হীৰাৰ চিকমিকনিয়ে চকু চাঁট মাৰি ধৰিছে

Synonyms : আভা, উদ্দীপ্তি, চকমক, চকমকনি, চমক, চিকমিক, চিকমিকনি, ছাটি, জকমকনি, জলমলনি, জিলিকনি, ঝকমকনি, ঝিলিকনি