Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন
Example : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল
Synonyms : কটল, কৰ, কৰ-কাটল, খাজনা, টেক্স, শুল্ক
Meaning : খেতি-বাতিৰ মাটিত লগোৱা কৰ
Example : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল
Synonyms : কটল, কৰ, কৰ-কাটল, খাজনা, খেৰাজ, টেক্স, শুল্ক
Install App