Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word কষ্ট from অসমীয়া dictionary with examples, synonyms and antonyms.

কষ্ট   বিশেষ্য

Meaning : কোনো উদ্দেশ্য সাধনৰ বাবে কৰা কাম:তেওঁ্ সফলতা পোৱাৰ কাৰণে অতিপাত চেষ্টা কৰিছিল

Example :

Synonyms : চেষ্টা, প্রচেষ্টা, প্রযত্ন, প্রয়াস, যত্ন

Meaning : মনে অসন্তোষ আৰু কষ্ট পোৱা এনে এক অৱস্থা বা কথা যাৰ যোগেদি মনোকষ্ট লাঘৱৰ বাবে স্বাভাৱিক প্রবৃত্তিৰ মূর্ত ্ প্রকাশ ঘটে

Example : দুখত পৰিলেহে ৰাম নাম লʼবলৈ মনত পৰে

Synonyms : অসুখ, দুঃখ, দুখ, পীড়া, বেজাৰ, বেদনা, মনঃক্লেশ, মনস্তাপ, যাতনা, শোক, সন্তাপ

Meaning : শৰীৰত আঘাত পালে, ঘা হʼলে অথবা মোচোকা খালে অনুভৱ হোৱা অৱস্থা

Example : ৰোগীৰ কষ্ট দিনে-দিনে বাঢ়িহে গৈছে

Synonyms : কৃচ্ছ্র, ক্লিষ্টতা, ক্লেশ, নিকাৰ, পীড়া, বেদনা, ব্যথা, যন্ত্রণা, যাতনা

Meaning : শৰীৰ বা মনত দিয়া বা হোৱা পীড়া

Example : ভাৰতক স্বাধীন কৰিবৰ কাৰণে দেশভক্তসকলে বহুত কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল

Synonyms : দুখ, দুখ-কষ্ট, দুখ-বেদনা, যন্ত্রণা, যাতনা