Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো বাস্তৱসন্মত নহয়
Example : তেওঁ ্কাল্পনিক কথাবোৰ সকলোকে শুনাই থাকে
Synonyms : অবাস্তৱিক, অযথার্থ, কাল্পনিক, খেয়ালি, মিছা
Meaning : যিটো কাৰোবাৰ মনত উদয় হৈছে বা মনেৰে সজা
Example : শ্যামৰ কথাত নাযাবা, তেওঁ ্কোৱা সকলো খবৰ মনে-সজা হʼব পাৰে
Synonyms : অমূলক, মনে-গঢ়া, মনে-সজা
Install App