Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word কলহ from অসমীয়া dictionary with examples, synonyms and antonyms.

কলহ   বিশেষ্য

Meaning : পানী ভৰাবলৈ আৰু ৰাখিবলৈ ব্যৱহাৰ কৰা এবিধ বাচন:খালী কলহত পানী ভৰোৱা

Example :

Synonyms : ঘট

Meaning : কোনো কথাত হোৱা দন্দ্ব বা তর্কা-তর্কি

Example : তেওঁ ্ কাজিয়াৰ কাৰণ জানিব বিচাৰিছে

Synonyms : কন্দল, কলৌ, কাজিয়া, কাজিয়া-পেচাল, খৰিয়াল, জগৰা, ঝগড়া, দন, দন-খৰিয়াল, দন-হাই, দন্দ-খৰিয়াল, দন্দ্ব, বাদ-বিবাদ, বিবাদ, যুঁজ, যুঁজ-্বাগৰ, হাই-কাজিয়া, হুৰা-মুৰা, হুৰামুৰি

Meaning : মাটি, ধাতু আদিৰ ডিঙি দীঘল আৰু ঠেক এবিধ পানী ৰখা পাত্র

Example : কলহৰ পানী গৰমতো ঠাণ্ডা হৈ থাকে