Subscribe
URL of the page has been copied to clipboard.
Meaning : যি উপকৰণেৰে কিবা লিখা হয় যিহৰ দ্বাৰা লিখাৰ কাম কৰা হয়
Example : প্রাচীন কালত মৌৰাৰ পাখি কলমৰ ৰূপত ব্যৱহাৰ কৰিছিল
Synonyms : কাপ
Meaning : কাগজ আদিত চিঞাহীৰ সংযোগত লিখা উপকৰণ
Example : এই কলমটো মোক এজন বন্ধুৱে উপহাৰস্বৰূপে দিছে
Synonyms : কাপ, নিজৰি কাপ, পেন, লেখনী
Meaning : কাঠ, ইকৰা আদিৰে তৈয়াৰ কৰা কোনো লেখন উপকৰণ যাক চিয়াহীত ডুবাই-ডুবাই লিখা হয়
Example : ছাত্রই ইকৰাৰ কলমেৰে লিখি আছে
Synonyms : লেখনি
Install App