Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word কলনি from অসমীয়া dictionary with examples, synonyms and antonyms.

কলনি   বিশেষ্য

Meaning : অন্য ঠাইৰ পৰা অহা মানুহৰ বসতিস্থল

Example : পোন-প্রথমে ইংৰাজসকলে ভাৰতৰ অনেক ঠাইত নিজৰ উপনিৱেশ স্থাপন কৰিছিল

Synonyms : উপনিৱেশ

Meaning : যি ঠাইত কিছুমান মানুহে ঘৰ সাজি থাকে

Example : গণেশ পূজাৰ কাৰণে গোটেই বস্তিৰ মানুহ একগোট হʼল

Synonyms : কʼলনি, বস্তি