Meaning : কোনো বস্তু আদি লুপ্ত হৈ অলপ থাকি যোৱা
Example :
বৰষুণ নোহোৱাৰ ফলত নদীত পানী কমি আহিছে
Synonyms : তাকৰ হোৱা, ন্যূন হোৱা
Meaning : কোনো বস্তু আকাৰ, সীমা বা প্রসাৰতা আদিত সৰু হৈ অহা
Example :
তেওঁৰ ্উপার্জন কমি আহিছে
Synonyms : সংকুচিত হোৱা
Meaning : যিটো কম হৈ আহিছে বা তললৈ গৈ আছে
Example :
তেওঁলোকৰ মাজত কমি অহা আত্মীয়তা দেখি মই বিচলিত হʼলে
Synonyms : হ্রাস পোৱা