Meaning : নেমু প্রজাতিৰ এবিধ সুগন্ধি, ৰসাল আৰু মিঠা সোৱাদযুক্ত ফল
Example :
তেওঁ ্সদায় কমলাৰ ৰস খায়
Synonyms : কমলা টেঙা
Meaning : কমলাৰ বাকলিৰ নিচিনা ৰং বা ৰঙা আৰু হালধীয়া মিহলাই উলিওৱা ৰং
Example :
চিত্রশিল্পীজনে কমলা ৰঙেৰে ছবিখন বুলাই আছে
Synonyms : কমলা ৰং, সুমথিৰা, সুমথিৰা ৰং
Meaning : নেমুজাতীয় এবিধ মজলীয়া আকাৰৰ গছ
Example :
কমলা গছৰ ফল খাবলৈ মিঠা, সুগন্ধি ৰসাল
Synonyms : কমলা গছ, সুমথিৰা, সুমথিৰা গছ, সোণতৰা গছ