Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word কম from অসমীয়া dictionary with examples, synonyms and antonyms.

কম   বিশেষ্য

কম   বিশেষণ

Meaning : যি প্রবল নহয়

Example : যত্ন কৰিলে অধমজনো প্রবল হʼব পাৰে মোৰ বুদ্ধি কম

Synonyms : অধম, অপ্রবল, নিকৃষ্ট, প্রবলতাহীন, বেয়া, মন্দ

Meaning : যিটো হিচাপতকৈ কম

Example : নিজৰ পৰিশ্রমৰ বলত ্তেওঁ কম সময়ৰ ভিতৰতে বহুতো উন্নতি কৰিলে

Synonyms : অপ্রচুৰ, অপ্রতুল, অলপ, অল্প, আংশিক, কিছু, ক্ষণিক, ন্যূন, লেশ

Meaning : যাৰ দৰ বা ভাও কমি গৈছে

Example : বজাৰলৈ নতুন নতুন উৎপাদিত বস্তু অহাৰ কাৰণে প্রত্যেক বস্তুৰ দাম কমি গৈছে

Synonyms : অৱনত, মন্দা

Meaning : কম অংশৰ বা কম অংশৰ সৈতে সম্বন্ধিত

Example : এই অঞ্চলটোৰ অলপ ঠাই বানপানীত ডুব গৈছে

Synonyms : অলপ, ন্যূন