Subscribe
URL of the page has been copied to clipboard.
Meaning : যিহেৰে কোনো বস্তু আদি ঢাকি থোৱা হয় বা ঢাকিবৰ কাৰণে ব্যৱহাৰ কৰা বস্তু
Example : আচ্ছাদকৰ বস্তু সুৰক্ষিত হৈ থাকে
Synonyms : আচ্ছাদক, আচ্ছাদন, আৱৰণ, ঢাকনি
Meaning : ওপৰত থকা কোনো তৰপ বিশেষ যাৰ তলত কোনো ফল বা জীৱ থাকে
Example : বাদামৰ ওপৰত বহুত টান খোলা থাকে
Synonyms : আৱৰণ, খোলা
Meaning : লো আদিৰে তৈয়াৰী আৱৰণ, যিয়ে যুদ্ধৰ সময়ত অস্ত্র-শস্ত্রৰ পৰা যুদ্ধাক সুৰক্ষা প্রদান কৰা
Example : আক্রমণৰ পৰা ৰক্ষা পাবৰ কাৰণে কবচ ব্যৱহাৰ কৰা হয়
Synonyms : অংগৰক্ষী
Install App