Subscribe
URL of the page has been copied to clipboard.
Meaning : গাড়ীত শৱ লৈ যোৱা বাকচ
Example : মানুহ যিমানেই ধনী নহওক মৃত্যুৰ পিছত ্ তেওঁ কফিনতেই যাব লাগে
Synonyms : কʼফিন, কাফন
Meaning : শৱ শ্মশানলৈ নিবৰ বাবে কাঠ, বাঁহ আদিৰে সজা এক প্রকাৰৰ যতন
Example : মৃতকক চাঙিত তুলি নিয়াৰ লগে লগে সকলোৱে আকৌ কান্দিবলৈ ধৰিলে
Synonyms : চাঙি, জানাজা
Install App