Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word কন্নড় from অসমীয়া dictionary with examples, synonyms and antonyms.

কন্নড়   বিশেষ্য

Meaning : ভাৰতবর্ষৰ দক্ষিণ অঞ্চলত বিশেষভাৱে কর্ণাটকত কোৱা এক দ্রাবিড়ীয় ভাষা

Example : কুলকার্ণীদেৱে কন্নড় শিকি আছে

Synonyms : কন্নড় ভাষা

Meaning : যি লিপিত কন্নড় ভাষা লিখা হয়

Example : কামথে নিজৰ লʼৰাটোক কন্নড় লিখিবলৈ শিকাইছে

Synonyms : কন্নড় লিপি

Meaning : কর্ণাটক ৰাজ্যৰ অধিবাসী

Example : এইখন কন্নড়সকলৰ সভা

কন্নড়   বিশেষণ

Meaning : কর্ণাটকত থকা বা বসতি কৰা

Example : কন্নড় লোকৰ মাজত এনেধৰণৰ প্রথা আছে

Meaning : কন্নড় ভাষাৰ সৈতে সম্বন্ধ থকা বা কন্নড় ভাষাৰ

Example : তেওঁ কন্নড় ্সাহিত্যৰ প্রতি বিশেষ ৰাপ আছে

Meaning : কর্ণাটকৰ সৈতে সম্বন্ধ থকা

Example : মই কন্নড় সংস্কৃতিৰ সৈতে সম্পূর্ণৰূপে পৰিচিত