Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word কনিষ্ঠা from অসমীয়া dictionary with examples, synonyms and antonyms.

কনিষ্ঠা   বিশেষ্য

Meaning : কাৰোবাৰ বহুতো পত্নিৰ ভিতৰত পদ, ্মর্যাদা আদিত সৰু পত্নী

Example : পাটৰাণীৰ কথাত ৰজাই কনিষ্ঠাক ঘৰৰ পৰা উলিয়াই দিলে

Synonyms : গৌণ পত্নী

Meaning : কেইবাগৰাকীও পত্নীৰ ভিতৰত যি গৰাকীক স্বামীয়ে কমকৈ মৰম কৰে

Example : বৃদ্ধাৱস্থাত পাটৰাণীও কনিষ্ঠা হৈ পৰে