Subscribe
URL of the page has been copied to clipboard.
Meaning : যি বয়সত সকলোতকৈ সৰু
Example : মোৰ কনিষ্ঠ ভাইটি আহিছে
Synonyms : কণিষ্ঠ
Meaning : পদ, মর্যাদা বা অৱস্থাত আদিত যি সৰু
Example : তেওঁ নিজৰ কনিষ্ঠ ্সহকর্মীসকলৰ লগত যথেষ্ট ভাল সম্পর্ক ্ৰাখে
Synonyms : অৱৰ
Meaning : যাৰ জন্ম পিছত হৈছে
Example : লক্ষ্মণ ৰামৰ অনুজ ভায়েক আছিল
Synonyms : অনুজ, সৰু
Meaning : সকলোতকৈ সৰু
Example : মোৰ কনিষ্ঠ আঙুলিত বিষ হৈ আছে
Install App