Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word কদম from অসমীয়া dictionary with examples, synonyms and antonyms.

কদম   বিশেষ্য

Meaning : গোল ফল লগা এবিধ চিৰসেউজীয়া গছ

Example : কদম গছৰ তলত শ্রীকৃষ্ণই বাঁহী বজাইছিল

Synonyms : কদম্ব

Meaning : খোজকাঢ়িবলে বা দৌৰিবলে এঠাইৰ পৰা উঠাই আন এঠাইত ভৰি ৰখা কার্য

Example : তেওঁ ্সোনকালে ঘৰ গৈ পাবলে দীঘল-দীঘলকৈ খোজ দিছিল

Synonyms : খোজ

Meaning : এটা খোজেৰে ঠিক কৰা দূৰত্ব

Example : মোৰ ঘৰ ইয়াৰ পৰা প্রায় আঠ-দহ খোজ দূৰত অৱস্থিত

Synonyms : খোজ