Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word কথা from অসমীয়া dictionary with examples, synonyms and antonyms.

কথা   বিশেষ্য

Meaning : মনে গঢ়া বা কোনো বাস্তৱিক ঘটনাৰ ওপৰত আধাৰিত এক শ্রুতিমধুৰ বিৱৰণ:মুন্সী ্ প্রেমচাঁদৰ কাহিনীয়ে গ্রাম্য পৰিৱেশৰ সুন্দৰ চিত্র দাঙি ধৰে

Example :

Synonyms : কাহিনী, কাহিনী-কথা

Meaning : কোনো বিশেষ অৱস্থাত বস্তুতঃ হোৱা কোনো কথা

Example : মই মোৰ সৰু কালৰ ঘটনাবোৰ কোনো কাৰণতে পাহৰিব নোৱাৰোঁ

Synonyms : ঘটনা

Meaning : কাৰোবাৰ আগত দৃঢ়তা বা প্রতিজ্ঞাপূর্বক্্ভাৱে আমি অমুক কাম নিশ্চয় কৰিম বা কেতিয়াও নকৰোঁ বুলি কোৱা কার্য

Example : আধুনিক যুগত বহুত কম লোকেই নিজৰ কথা ৰাখিব পাৰে

Synonyms : জবান, বচন

Meaning : মানুহৰ মুখৰ পৰা ওলোৱা অর্থসূচক শ্্ব্দ

Example : আনৰ ভাল লগা কথাহে কোৱা উচিত

Synonyms : বচন, বাণী

Meaning : কিবা কোৱা কার্য

Example : সেনা বিষয়াৰ কথা শুনি সৈনিকসকলে নিজৰ কামত লাগিল

Synonyms : কথন, বচন, বাক, বাচ্য

Meaning : গোৱা কার্য ্বা ভাব

Example : আমি আজি পণ্ডিত যশৰাজৰ গীতৰ আনন্দ লʼম

Synonyms : গানবাজনা, গীত, গীতবাজনা, গীতবাদ্য, গীতমাত, গীতি, ধুন, পদ, বোল, সংগীত, সঙ্গীত