Meaning : কঠিন হোৱা অৱস্থা বা ভাব
Example :
সাহসী লোকৰ জীৱনত কঠিনতা অহাৰ পিছতো অলপো বিচলিত নহয়
Synonyms : দুৰূহতা
Meaning : কোনো কাম কৰোতে বাধা পোৱা স্থিতি
Example :
এনেকুৱা পৰিস্থিতিত কাম কৰিবলৈ মই অসুবিধা পাওঁ
Synonyms : অসুবিধা, কষ্টসাধ্যতা, দুৰূহতা
Meaning : কঠোৰ হোৱা অৱস্থা বা ভাব
Example :
শুকান মাটিৰ কঠিনতা আঁত্্ৰাবৰ কাৰণে তাত পানী দিয়া