Meaning : নি্র্বাহ কৰা বা অতিবাহিত কৰা
Example :
তেওঁ নিজৰ শৈশৱকাল বৰ দীনতাত অতিবাহিত কৰিলে
Synonyms : অতিবাহিত কৰা, নি্র্বাহ কৰা, পাৰ কৰা
Meaning : পাৰ হোৱা বা ব্যতিত হোৱা
Example :
মাদাৰ টেৰেছাই তেওঁৰ ্গোটেই জীৱন মানৱ সেৱাত অতিবাহিত কৰিছিল
Synonyms : অতিবাহিত কৰা, পাৰ কৰা