Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word কটকটোৱা from অসমীয়া dictionary with examples, synonyms and antonyms.

কটকটোৱা   ক্ৰিয়া

Meaning : খঙত দাঁত কৰচা

Example : মোৰ কথা শুনি তেওঁ দাঁত কৰচিলে

Synonyms : কিটকিটোৱা, দাঁত কৰচা

Meaning : কোনো কাৰণে তলৰ আৰু ওপৰ পাৰি দাঁতক স্পর্শৰে কটকট বা কিটকিট শ্্ব্দ উৎপন্ন কৰা

Example : অত্যধিক ঠাণ্ডাৰ কাৰণে মোৰ দাঁতে কিটকিটাই আছে

Synonyms : কিটকিটোৱা