Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word কʼলা-বজাৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

কʼলা-বজাৰ   বিশেষ্য

Meaning : মনেবিচৰা দামত বস্তু বিক্রী কৰা এখন বজাৰ

Example : বাধ্যত পৰি আমি কʼলা-বজাৰৰ পৰা অত্যাৱশ্যকীয় বস্তু কিনিবলগীয়া হʼল

Meaning : সঞ্চিত সামগ্রী লুকাই চুৰকৈ নিজ ইচ্ছামতে দৰ-দাম কৰি বেচা কার্য

Example : আজিকালিৰ বেপাৰীয়ে কʼলা-বজাৰৰ পৰা বহুত টকা উপার্জন কৰে