Meaning : কʼলা ৰঙৰ এক প্রকাৰৰ পাচক লৱণ
Example :
কʼলা নিমখৰ প্রয়োগ পাচকৰ ৰূপত কৰা হয়
Meaning : এবিধ খনিজ নিমখ
Example :
সৈন্ধৱ লোণ হজমী-পাউদাৰ বনাওঁতেও ব্যৱহাৰ কৰা হয়
Synonyms : সৈন্ধৱ লোণ, সৈন্ধৱ লৱণ