Subscribe
URL of the page has been copied to clipboard.
Meaning : গাখীৰ দিয়া চাৰিঠেঙীয়া জন্তুৰ স্তন
Example : এই গাইজনীৰ ওহাৰখন বৰ ডাঙৰ
Meaning : মাইকী জাতিৰ গাখীৰ জমা হোৱা অংশ
Example : মাকে নিজৰ স্তনৰ গাখীৰ নিজৰ কেচুৱাক খুৱায় গাই গৰুৰ ওহাৰ দেখি তাৰ পৰা গাখীৰ ওলাবনে নোলায় জানিব পাৰি
Synonyms : কুচকুম্ভ, পিয়াহ, পয়োধৰ, পয়োভাৰ, বাত, স্তন
Install App