Meaning : কোনো কিতাপ আদি ছপা কৰি অনা
Example :
তেওঁৰ কবিতাৰ আৰু এটা নতুন সংস্কৰণ ওলাইছে
Synonyms : প্রকাশিত হোৱা
Meaning : কোনো পক্ষ বা দল আদিৰ পৰা পৃথক হোৱা কার্য
Example :
তেওঁ কংগ্রেছৰ পৰা ওলাল
Synonyms : পৃথক হোৱা
Meaning : ওচৰৰ পৰা গৈ থকা বা হাতত নথকা
Example :
বদ অভ্যাসৰ কাৰণে তেওঁৰ ্চাকৰিটো গুচি গʼল
Synonyms : গুচি যোৱা
Meaning : ফোঁহাৰ ৰূপত শৰীৰত উৎপন্ন হোৱা
Example :
গৰমৰ দিনত শুভমৰ শৰীৰত ্ফোঁহা ওলায়
Meaning : হিচাপ হোৱাৰ পিছত কিছুমান ধন কাৰোবৰ জিম্মাত থাকি যোৱা
Example :
আপোনাৰ পৰা মোৰ পাঁচ টকা ওলায়
Meaning : প্রচলিত হোৱা
Example :
ইয়াত সদায় নতু নতুন ফেশ্বনৰ কাপোৰ ওলায়
Meaning : অনায়াসে উচ্চাৰিত হোৱা
Example :
গুলী লগাৰ লগে লগে গান্ধীজীৰ মুখৰ পৰা হেʼ ৰাম ওলাল
Meaning : অন্য কোনোফালে বাঢ়ি থকা
Example :
এই মেজখনৰ কোণাটো অলপ ওলাইছে
Meaning : নিজৰ উৎপত্তি স্থলৰ পৰা প্রকট হোৱা
Example :
গংগা গংগোত্রীৰ পৰা ওলাইছে
Synonyms : নি্র্গত ্হোৱা