Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ওলোৱা from অসমীয়া dictionary with examples, synonyms and antonyms.

ওলোৱা   ক্ৰিয়া

Meaning : কোনো কিতাপ আদি ছপা কৰি অনা

Example : তেওঁৰ কবিতাৰ আৰু এটা নতুন সংস্কৰণ ওলাইছে

Synonyms : প্রকাশিত হোৱা

Meaning : কোনো বস্তু আদি নিজৰ ঠাইৰ পৰা ওপৰলৈ অনা বা দেখা দিয়া

Example : সূর্য পূৱত দিশত ওলায়

Synonyms : উদিত হোৱা, উদয় হোৱা

Meaning : কোনো পক্ষ বা দল আদিৰ পৰা পৃথক হোৱা কার্য

Example : তেওঁ কংগ্রেছৰ পৰা ওলাল

Synonyms : পৃথক হোৱা

Meaning : গুপ্ত বা গূঢ় কথা প্রকাশ হোৱা

Example : তেওঁৰ ৰহস্য খুলিল

Synonyms : খোলা, ফাদিল হোৱা

Meaning : এৰি দিয়া

Example : এই অঞ্চলৰ কুখ্যাত গুণ্ডাটো কালিহে জেলৰ পৰা ওলাল

Synonyms : মুক্ত হোৱা

Meaning : ওচৰৰ পৰা গৈ থকা বা হাতত নথকা

Example : বদ অভ্যাসৰ কাৰণে তেওঁৰ ্চাকৰিটো গুচি গʼল

Synonyms : গুচি যোৱা

Meaning : ফোঁহাৰ ৰূপত শৰীৰত উৎপন্ন হোৱা

Example : গৰমৰ দিনত শুভমৰ শৰীৰত ্ফোঁহা ওলায়

Meaning : উৎপন্ন হোৱা

Example : খেতিডৰাৰ খলি সমূহৰ পৰা নতুন নতুন উদ্ভিদ গজিছে

Synonyms : গজা

Meaning : হিচাপ হোৱাৰ পিছত কিছুমান ধন কাৰোবৰ জিম্মাত থাকি যোৱা

Example : আপোনাৰ পৰা মোৰ পাঁচ টকা ওলায়

Meaning : প্রচলিত হোৱা

Example : ইয়াত সদায় নতু নতুন ফেশ্বনৰ কাপোৰ ওলায়

Meaning : অনায়াসে উচ্চাৰিত হোৱা

Example : গুলী লগাৰ লগে লগে গান্ধীজীৰ মুখৰ পৰা হেʼ ৰাম ওলাল

Meaning : অন্য কোনোফালে বাঢ়ি থকা

Example : এই মেজখনৰ কোণাটো অলপ ওলাইছে

Meaning : নিজৰ উৎপত্তি স্থলৰ পৰা প্রকট হোৱা

Example : গংগা গংগোত্রীৰ পৰা ওলাইছে

Synonyms : নি্র্গত ্হোৱা

Meaning : বাহিৰলৈ অহা

Example : সাপটো বিলৰ পৰা ওলাইছে

Synonyms : নির্গত হোৱা, বাহিৰলৈ অহা