Meaning : ওপৰত থকা কোনো বস্তৰ কোনো অংশক তললৈ আধাৰহীন ভাৱে ৰখা কার্য
Example :
শ্যামে ছাদৰ পৰা এডাল ৰচী ওলমাই আছে
Synonyms : ওলমাই দিয়া
Meaning : কোনো কাম আধৰুৱা হৈ থকা বা ৰোৱা
Example :
আপোনাৰ কাৰণে মোৰ কামটো ওলমি আছে