Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু আদিৰ বা তাৰ কোনো অংশ কোনো ফালে হালি থকা
Example : চাইকেলৰ ওপৰত লদা বোজাটো বাওঁফালে ওলমি আছে
Synonyms : ওলমা
Meaning : ওপৰত তুলি থোৱা স্বত্বেও কোনো বস্তুৰ কিছু অংশ তললৈ অলপ দূৰলৈকে আধাৰহীন হিচাপে থকা কার্য
Example : বেৰত এডাল ৰচী ওলমি আছে
Synonyms : ওলমা, দুলি থকা
Meaning : যি ওলমি পৰিছে
Example : দীপকে গছত লাগি ধৰা চিলাখন এৰোৱাই আছে
Synonyms : ফাঁচ লগা, লাগি ধৰা
Install App