Meaning : পানীৰ ্ সোঁতত পৰি তাৰ সৈতে অনবৰতে গৈ থকা
Example :
বানপানীত কিমান যে পশু উটি গৈছে
Synonyms : উটা, উটি যোৱা, উটি-ভাহি যোৱা, বৈ যোৱা, ভহা, ভাসমান হোৱা, ভাহি যোৱা
Meaning : পানীৰ ওপৰলৈ অহা
Example :
বানপানীত ডুবি মৰা মানুহৰ মৰাশবোৰ পানীত ওপঙিছে