Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ওজৰ-আপত্তি from অসমীয়া dictionary with examples, synonyms and antonyms.

ওজৰ-আপত্তি   বিশেষ্য

Meaning : অজুহাত দেখুওৱা কার্য ্ বাকোনো কাম নকৰিবৰ কাৰণে মিছা কাৰণ দেখুওৱা ক্রিয়া

Example : সৰু লʼৰা-ছোৱালীয়ে স্কুল নাযাবলৈ বিভিন্ন অজুহাত দেখুৱায়

Synonyms : অচিলা, অজুহাত, আপত্তি, ওজৰ, কাৰণ, চেলু, দোহাই, বাহনা, বিনাকাৰণ, লেচু

Meaning : কাৰোবাৰ ব্যৱহাৰ, কার্য আদিত দুখী হৈ তেওঁৰ ্ বা তেওঁৰ সম্বন্ধীয় কোনোলোকক উদয় হোৱা দুখৰ বিষয়ে কোৱা কার্য

Example : মোৰ আপোনাৰ ওচৰত কোনো আপত্তি নাই, এতিয়া আপুনি যাব পাৰে

Synonyms : অভিযোগ, আপত্তি, ওজৰ