Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তুৰ গুৰুত্ব বা ওজনৰ পৰিমাণ জানিবৰ কাৰণে দগা-পাল্লা বা তর্জু আদিত উঠোৱা কার্য
Example : দোকানীজনে ধান জুখি আছে
Synonyms : জোখা
Meaning : ওজন কৰা কার্য ্হোৱা
Example : গোটেই শষ্যবোৰ জোখা হʼল
Meaning : ওজন কৰা
Example : দহ বস্তা ধান জোখা হʼল
Install App