Meaning : যিটো নিজ ইচ্ছাৰে কৰা হৈছে
Example :
মই ইচ্ছাকৃতভাৱে কাম কৰিবলৈ ভাল পাওঁ
Synonyms : ইচ্ছাকৃত
Meaning : নিজ ইচ্ছাৰে গ্রহণ কৰিব পৰা দুই বা ততোধিক বস্তুৰ কোনো এটা
Example :
প্রশ্ন পত্রত দুটা বাধ্যতামূলক আৰু চাৰিটা ঐচ্ছিক প্রশ্ন দিয়া হৈছে
Synonyms : বিকল্পযুক্ত, বৈকল্পিক