Subscribe
URL of the page has been copied to clipboard.
Meaning : ব্যৱহাৰ কৰি বা কোনো অন্য কাৰণবশতঃ এৰা পদার্থ
Example : বেচেৰী বিধৱাজনীয়ে গোটেই জীৱন এৰেহাহে পায় থাকিল
Synonyms : উচিছষ্ট, পৰিত্যক্ত
Meaning : কাৰোবাৰ কাৰণে বাঢ়ি দিয়া আহাৰ খোৱাৰ পিছত ৰৈ যোৱা অংশ
Example : এৰেহা খাদ্য খাব নালাগে
Synonyms : উচ্ছিষ্ট, চুৱা, জোঠা
Install App