Subscribe
URL of the page has been copied to clipboard.
Meaning : এই সময়ত
Example : এতিয়া আগৰ সমস্যাৰ সন্দর্ভত আলোচনা কৰক
Meaning : আধুনিক বা বর্ত্্মান সময়ত
Example : আজিকালি ভাৰত আৰু পাকিস্তানৰ সম্বন্ধ ভাল নহয় এতিয়া আগৰ নিচিনা সময় হৈ থকা নাই
Synonyms : আজিকালি, বর্ত্্মান
Meaning : এই সময়ৰ
Example : এতিয়া শুবলৈ বিচাৰো
Synonyms : এই সময়ত, সম্প্রতি
Install App