Meaning : কোনো টান বস্তুৰ ওপৰত অতিবেগী ইলেকট্রʼন খুন্দা খাই উৎপন্ন হোৱা কম তৰঙ্গ দৈর্ঘ্যৰ বিদ্যুত চুম্বকীয় ৰশ্মি
Example :
শ্যামে এক্স-ৰেৰ বিষয়ে অধ্যয়ন কৰি আছে
Synonyms : এক্স ৰে
Meaning : ৰোগৰ চিনাক্তকৰণৰ বাবে এক্স-ৰশ্মিৰ সহায়ত লোৱা শৰীৰৰ অভ্যন্তৰ ভাগৰ ফটো বিশেষ
Example :
ডাক্তৰে ৰামৰ বুকুৰ এখন এক্স-ৰে কৰিলে