Subscribe
URL of the page has been copied to clipboard.
Meaning : যুৰীয়া ৰূপত বা একে ৰূপতে বা তাৰ সৈতে .......???
Example : ইয়াৰ লগতে এই কামটোও কৰি লোৱা হওক
Synonyms : একে লগতে, লগতে, লগে লগে, সৈতে
Meaning : সংযুক্ত হৈ
Example : আমি একেলগে এই কামটো কৰিম
Synonyms : লগে-ভাগে
Meaning : একেটা সময়তে
Example : এই দুইটা কাম একেলগে হৈ যাব
Meaning : সমূহীয়া ৰূপত
Example : এই সংস্থাটোৰ কর্ম্্চাৰীসকলে সমূহীয়াভাৱে ত্যাগপত্র দিছে
Synonyms : সমূহীয়াভাৱে, সামূহিকভাৱে
Install App