Subscribe
URL of the page has been copied to clipboard.
Meaning : একে মাক-দেউতাকৰ সন্তান
Example : শ্যাম মোৰ সহোদৰ ভাই
Synonyms : নিজা ভাই, সহোদৰ, সোদৰ
Meaning : যি একে মাকৰ গর্ভৰ্ পৰা জন্মিছে
Example : সম্পত্তি এনে এক বস্তু যি সহোদৰ ভায়েকসকলৰ মাজতো মনোমালিন্যৰ সৃষ্টি কৰিব পাৰে
Synonyms : সহোদৰ, সোদৰ
Install App