Subscribe
URL of the page has been copied to clipboard.
Meaning : দহতকৈ এক অধিক হোৱা সংখ্যাটো
Example : সাত আৰু চাৰি যোগ কৰিলে এঘাৰ হয়
Synonyms : এঘাৰ, ১১
Meaning : গণনাত এঘাৰ নম্বৰ হোৱা
Example : আজিৰ পৰা ঠিক একাদশ দিনৰ দিনা মাইনাৰ বিয়া
Synonyms : ১১শ
Meaning : দহতকৈ এক বেছি
Example : ক্রিকেট খেলৰ এটা দলত এঘাৰজন খেলুৱৈ থাকে
Install App