Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word একত্রিত কৰা from অসমীয়া dictionary with examples, synonyms and antonyms.

একত্রিত কৰা   ক্ৰিয়া

Meaning : সঞ্চিত বা একত্রিত কৰা

Example : তেওঁ ঘৰ ্সাজিবৰ কাৰণে অতি কষ্ট কৰি এটা এটাকৈ পইচা গোটাইছে

Synonyms : গোটোৱা, জমা কৰা, সংগ্রহ কৰা, সঞ্চিত কৰা

Meaning : বিচ্ছুৰিত বা সিঁচৰতি হৈ থকা বস্তুবোৰক কোনো এক ঠাইলৈ অনা বা একগোট কৰা

Example : খেতিয়কে সিঁচৰতি হৈ থকা শস্যবোৰ গোটালে

Synonyms : একগোট কৰা, গোটোৱা