Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word একক from অসমীয়া dictionary with examples, synonyms and antonyms.

একক   বিশেষ্য

Meaning : কোনো বস্তু জোখমাপ কৰিবৰ কাৰণে মাত্রা বা মান হিচাপে লোৱা মান বিশেষ

Example : তাপমানৰ একক ডিগ্রী চেণ্টিগ্রেড

Synonyms : ইউনিট, মান

Meaning : সংখ্যা লিখাৰ ক্রমত সেই অন্তিম স্থান যʼত ন বা তাতকৈ কম সূচক অংক লিখা হয়

Example : সাতশ তেইশ (৭২৩)-ক তিনিটা একক স্থানত লিখা হয়

Synonyms : একক স্থান

Meaning : গণনা বা সংখ্যাত এক হোৱাৰ অৱস্থা বা ভাৱ

Example : বাৰত দুটা একক আৰু এটা দহক থাকে

Meaning : কোনো প্রকাৰৰ স্বতন্ত্র বর্গ ্বা সমূহৰ এনেকুৱা এক অংগ বা ভাগ যাক পৃথক ভাৱে বিশ্লেষণ কৰিব পৰা যায়

Example : আমাৰ সমাজখন বহুতো সৰু-বৰ নৃগোষ্ঠীয় এককেৰে গঠিত

একক   বিশেষণ

Meaning : কেৱল এটাৰ সৈতে সম্বন্ধ ৰাখোঁতাজন বা যʼত কেৱল এজনেই থাকে

Example : এইটো একক প্রণালী