Meaning : বতাহত উৰিবলে প্রবৃত্ত কৰা বা এনে কিবা কৰা যাৰ দ্বাৰা বতাহত উৰে
Example :
প্রধান আচার্যই ্পতাকা উৰাই আছে
Meaning : আনৰ হতুৱাই উৰা
Example :
গোমধান খায় থকা চৰাইবোৰক খেতিয়কজনে লʼৰাটোৰ হতুৱাই উৰুৱালে
Meaning : বতাহত ওপৰলৈ উঠা
Example :
লʼৰা-ছোৱালীবোৰে চাদৰ ওপৰত চিলা উৰুৱাইছে