Subscribe
URL of the page has been copied to clipboard.
Meaning : বতাহত ওপৰলৈ উঠি যোৱা বা বিয়পি যোৱা
Example : আকাশত ৰং-বিৰঙৰ চিলা উৰি আছে
Synonyms : উৰা
Meaning : আকাশ মার্গেৰে বা বতাহেদি এঠাইৰ পৰা আন এঠাইলৈ যোৱা:উৰাজাহাজখন সাগৰৰ ওপৰেৰে উৰি আছিল
Example :
Meaning : বতাহত উৰা
Example : বিদ্যালয় প্রাংগণত জাতীয় পতাকা উৰি আছিল
Meaning : যি উৰি আছে
Example : উৰি থকা চৰাইটো চিকাৰীৰ তীৰত ঘায়ল হৈ মাটিত সৰি পৰিল
Synonyms : উড়ন্ত, উড্ডীন, উড্ডীয়মান
Install App