Meaning : বতাহত ওপৰলৈ উঠি যোৱা বা বিয়পি যোৱা
Example :
আকাশত ৰং-বিৰঙৰ চিলা উৰি আছে
Synonyms : উৰি থকা
Meaning : আকাশ মার্গেৰে বা বতাহেদি এঠাইৰ পৰা আন এঠাইলৈ যোৱা:উৰাজাহাজখন সাগৰৰ ওপৰেৰে উৰি আছিল
Example :
Synonyms : উৰি থকা
Meaning : স্থলত চলাচল কৰা বস্তুৰ অতি বেগেৰে চলোৱা কার্য
Example :
চাবুকৰ কোব খোৱাৰ লগে লগেই ঘোঁৰাটো উৰিল
Meaning : কোনো বস্তু আদি নির্দিষ্ট ঠাইৰ পৰা আঁতৰ হোৱা
Example :
মেজত থোৱা কিতাপখন কʼত হেৰাল
Synonyms : হেৰোৱা
Meaning : ৰং , চমক আদি শেতা পৰি যোৱা এক অৱস্থা
Example :
এবাৰ ধোৱনতে কাপোৰৰ ৰং উৰি যায়
Synonyms : উৰি যোৱা
Meaning : বতাহত ইফাল-সিফাল হৈ পৰা
Example :
ধুমুহা অহাৰ কাৰণে শস্যৰ ভঁ্ৰালত ৰখা ভুচিখিনি উৰিল
Synonyms : উৰি যোৱা
Meaning : কাপোৰ-কানি আদি গাত ধাৰণ কৰা:তেওঁ ্ গা-পা ধুই ভাল কাপোৰ পিন্ধিলে
Example :
Synonyms : পিন্ধা, পৰিধান কৰা, লোৱা