Subscribe
URL of the page has been copied to clipboard.
Meaning : উলহ-মালহেৰে পালন কৰা কোনো ডাঙৰ জাতীয়, ধার্মিক বা সামাজিক মাঙ্গলিক বা শুভ কার্য
Example : স্বাধীনতা দিৱস আমাৰ ৰাষ্ট্রীয় উৎসৱ
Synonyms : উছৱ, পর্ব, পৰব, ্উৎসৱ-পার্বণ
Meaning : উৎসৱ পালনৰ কাৰণে বেলেগকৈ ৰখা দিন বা সময়াবধি
Example : ঈদৰ উৎসৱ আকৌ কেতিয়া আহিব?
Synonyms : সমাৰোহ
Meaning : অতি উলহ-মালহেৰে ডাঙৰকৈ আয়োজন কৰা সার্বজনীন মাংগলিক কার্য:আমাৰ বিদ্যালয়ত শিশু দিৱস উপলক্ষে এখনি বহু ডাঙৰ সমাৰোহৰ আয়োজন কৰা হৈছে
Example :
Synonyms : উছব, মহোৎসৱ, মেলা, সমাৰোহ
Install App